Hula Bhai Mula Lyrics By Rakesh Reeyan, visit AssameseLyrical.com for more Assamese lyrics
Song: Hula Bhai Mula
Singe: Rakesh Reeyan
Hula Bhai Mula Lyrics
দুৰ পাহাৰ গোলাপী
দেখিবলৈ শুৱনি
খলা বমা ওচৰৰ পৰা
মৰম দিছোঁ উজাৰি
লৈ আকৌ নকবি
ভিতৰিনো ঘূণে ধৰা
দুৰ পাহাৰ গোলাপী
দেখিবলৈ শুৱনি
খলা বমা ওচৰৰ পৰা
মৰম দিছোঁ উজাৰি
লৈ আকৌ নকবি
ভিতৰিনো ঘূণে ধৰা
তই আকৌ লনি কামে কাজে গুণী
বুকুতেনো ললিহি ঠাই
মৰম লগাই মৰম লগাই
পগলা নকৰিবি
হোলা ভাই মোলা পাই
হোলা ভাই মোলা পাই মোক
AssameseLyrical.com
মন ফুলনিত
অ মৰম মালা গঠিছোঁ
ৰং বিৰঙৰ
এটি দুটি সপোন আকিছোঁ
কিনো ভাবনা যে
ভাবি ভালেই লাগে
কপাহী কোমল
কলিজাতে লৈয়ে
তই আকৌ লনি কামে কাজে গুণী
বুকুতেনো ললিহি ঠাই
মৰম লগাই মৰম লগাই
পগলা নকৰিবি
হোলা ভাই মোলা পাই
হোলা ভাই মোলা পাই মোক
চাউল চালি লবি হাই অ ঐ হাই ঐ
চুৰুক চুৰুক কৰি হাই ঐ
ধানো বাছি লবি হাই ঐ
খালে যাতে পেটলে নাযায়
সময়ৰ টিকনি হাই ঐ হাই ঐ
আগলৈ উৰিব হাই ঐ
মনতে ৰাখিবি হাই ঐ
আছোঁ তুলৈ বাতেনো চাই
তই আকৌ লনি কামে কাজে গুণী
বুকুতেনো ললিহি ঠাই
মৰম লগাই মৰম লগাই
পগলা নকৰিবি
হোলা ভাই মোলা পাই
হোলা ভাই মোলা পাই মোক
হোলা ভাই মোলা পাই
হোলা ভাই মোলা পাই মোক
Y u copied my thumbnail
ReplyDelete