Dhikkar Ei Jibon Lyrics (ধিক্কাৰ এই জীৱ্ন)

Published on December 26, 2020


Song: Dhikkar Ei Jibon 

Singer: Papon 

Dhikkar Ei Jibon Lyrics


টিক টক টিক টক,বাজিছে  ঘড়ী 

নিষ্ঠুৰ সময়ৰ, কিমান যে দাবী 

 টিক টক টিক টক,বাজিছে  ঘড়ী 

নিষ্ঠুৰ সময়ৰ, কিমান যে দাবী 

মন যায় কিবা, কৰি আছো কিবা 

মন যায় কিবা, কৰি আছো কিবা 

গোন্ধ ঢাকো ঘামৰ, পাৰফিউম মাৰি 

ধেৎ চাল্লা

ধিক্কাৰ এই জীৱ্ন 

ধেৎ চাল্লা

ধিক্কাৰ এই জীৱ্ন 

AssameseLyrical.com

ঠেলা হেচা ব্যস্ততা 

এম্বিশ্বন হাই 

দৌৰিছো দিনে ৰাতি 

টোপনী নাই

ঠেলা হেচা ব্যস্ততা 

এম্বিশ্বন হাই 

দৌৰিছো দিনে ৰাতি 

টোপনী নাই

বিজ্ঞাপনৰ এই ৰঙীন চহৰ 

বিজ্ঞাপনৰ এই ৰঙীন চহৰ 

মানিবেগ আছে পিছে মানি হে  নাই 

নাই নাই নাই নাই 

ধেৎ ধেৎ ধেৎ 

ধেৎ চাল্লা 

ধিক্কাৰ এই জীৱ্ন 

ধেৎ চাল্লা 

ধিক্কাৰ এই জীৱ্ন 

মদ খাই বমি কৰো

ফ্ৰাষ্টেচন

হ’লচেল ৰেটত

ডিপ্ৰেশ্বন

মদ খাই বমি কৰো

ফ্ৰাষ্টেচন

হ’লচেল ৰেটত

ডিপ্ৰেশ্বন

ব্ৰেণ্ডড চাৰ্ট  ফুটা গেঞ্জী 

ব্ৰেণ্ডড চাৰ্ট  ফুটা গেঞ্জী 

ডেকাদাৰ দোকানত 

বাঢ়ি যায় বাকী

ডেকাদাৰ দোকানত 

বাঢ়ি যায় বাকী

বাকী বাকী বাকী বাকী

ধেৎ  চাল্লা

ধিক্কাৰ এই জীৱ্ন 

ধেৎ  চাল্লা

ধিক্কাৰ এই জীৱ্ন 

ধেৎ 

 

এগজাম হ’লত লিখিছিলো কি

এইম ইন লাইফ  পাহৰিলো আজি

এগজাম হ’লত লিখিছিলো কি

এইম ইন লাইফ  পাহৰিলো আজি

অফিচৰ আৰো ট্ৰেফিক জাম 

অফিচৰ আৰো ট্ৰেফিক জাম 

নিজৰ বাবেহে দেখোন সময় নাই 

ধেৎ ধেৎ ধেৎ ধেৎ 

ধেৎ চাল্লা

ধিক্কাৰ এই জীৱ্ন 

ধেৎ চাল্লা

ধিক্কাৰ এই জীৱ্ন 

ধেৎ