Moromere Suwana Lyrics By Rakesh Reeyan, visit AssameseLyrical.com for more Assamese lyrics
Song: Moromere Suwana
Singer: Rakesh Reeyan
Moromere Suwana Lyrics
মৰমেৰে চোৱানা, হিয়া জুৰ পৰাকৈ
কাষৰলৈ আহানা, আছোঁ ৰৈ তোমালৈ
মন উৰি - উৰি বাৰে - বাৰে তোমালে যায়
তুমি নজনাকে বুকুতে ললাহি ঠাই
মোৰ হৈ ৰোৱানা, সদায়ে কাষত
সাৱতি ৰাখিমে বুকুৰে মাজত
মৰমেৰে চোৱানা, হিয়া জুৰ পৰাকৈ
কাষৰলৈ আহানা, আছোঁ ৰৈ তোমালৈ
AssameseLyrical.com
দুচকুৰে মোক কিনো দিলা কৈ
অবুজ মনৰ ভাষা
উলাহতে মন তোমাতে মগন
জাগে বহু আশা
দুচকুৰে মোক কিনো দিলা কৈ
অবুজ মনৰ ভাষা
উলাহতে মন তোমাতে মগন
জাগে বহু আশা
তুমি মায়া বিনি মৰতৰে সপোন পৰি
মন কাঢ়ি নিলা মৰমৰে যাদু কৰি
মোৰ হৈ ৰোৱানা, সদায়ে কাষত
সাৱতি ৰাখিমে বুকুৰে মাজত
মৰমেৰে চোৱানা, হিয়া জুৰ পৰাকৈ
কাষৰলৈ আহানা, আছোঁ ৰৈ তোমালৈ
COMMENTS