Phulibo Diya Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Phulibo Diya
Singer: Zubeen Garg
Phulibo Diya Lyrics
ফুলিব দিয়া সপোন ফুলিব দিয়া
থাকিব দিয়া তাতেই থাকিব দিয়া
পৰশ কোঠাত দেখিলো তোমাক
দিলা কিনো সোঁৱৰনী
চকুৰ পতাত কাৰে জিৰনী
মৰমৰ এই যে আবাহনী
ফুলিব দিয়া সপোন ফুলিব দিয়া
থাকিব দিয়া তাতেই থাকিব দিয়া ........
তোমাৰে হাহি তোমাৰে ছাঁয়া
হৃদয়তে মোৰে ৰয়
সৰু সৰু পলে মোকেনো দিলে
আমাৰে পৰিচয়
এতিয়া সময়ো হ’ল ৰদালী বুকুতে ৰ’ল
পৰশ কোঠাত দেখিলো তোমাক
দিলা কিনো সোৱৰনী
চকুৰ পতাত কাৰে জিৰনী
মৰমৰ এই যে আবাহনী
ফুলিব দিয়া সপোন ফুলিব দিয়া
থাকিব দিয়া তাতেই থাকিব দিয়া........
AssameseLyrical.com
টঙালতে দিলা সাঁজি সাঁজি
আজি চিনাকী সাঁজ ধন
মৰমতেনো মিলিবো দিয়াহি
দুটি সচা হৃদয়
এতিয়া সময়ো হ’ল ৰদালী বুকুতে ৰ’ল
পৰশ কোঠাত দেখিলো তোমাক
দিলা কিনো সোঁৱৰনী
চকুৰ পতাত কাৰে জিৰনী
মৰমৰ এই যে আবাহনী
ফুলিব দিয়া সপোন ফুলিব দিয়া
থাকিব দিয়া তাতেই থাকিব দিয়া .........
COMMENTS