Pogola Pogola Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Pogola PogolaSinger: Zubeen Garg
Pogola Pogola Lyrics
পগলা পগলা
কৰিব খুজিছা
লাগি হিলো তোমাৰ গালতে
একলো দোকলা খোজতে ধৰে ৰুপ
বুতলি বুতলি আহিছো হিয়াতে
ও ও ও ও
এমুঠি এমুঠি বৰা বৰা চুলি
দুদলিয়া বেনিৰে উঠিছে জিলিকী (2x)
পগলা পগলা
কৰিব খোজিছা
লাগিলুহি তোমাৰে গালতে ...
Pogola Pogola Lyrics
কি ফুলে ফুটিছে গাভৰু দেহাতে
দক্ষিনা বতাহে সুৱাস যে আনিছে (2x)
ঔ টেঙা ফুলিয়া দুগাল তেজি ৰঙা
খলাগি খলাগিছুন শুকালে উপমা
কজলা কাজলে দুচকু ধুনীয়া
চাইনো চাই এবাৰতে বুকু হল ঘুনীয়া
পগলা পগলা
কৰিব খোজিছা
লাগিলোহি তোমাৰে গালতে ...
কি গোন্ধে গোন্ধালে পিৰিতি পিৰিতি
ৰাতিতো খামচি ফালিলো শেতেলী .......(2x)
সপোনে ভগালে দিনৰাতি তোমাৰে
মোৰ ভাগে হবলা আমনি লিখিলে
যতে ততে দেখো তোমাকে তোমাকে
দি দিচো সকলো এটি মিঠা হাহিতে
পগলা পগলা
কৰিব খোজিছা
লাগিলোহি তোমাৰ গালতে ..
COMMENTS