Ekajoli Bhalpuwa Lyrics By Zubeen Garg & Jintie Das, visit AssameseLyrical.com for more Assamese lyrics
Song: Ekajoli Bhalpuwa (একাজলি ভালপোৱা)
Singer: Zubeen Garg & Jintie Das
Ekajoli Bhalpuwa Lyrics
দুচকুলে নামে সপোন
সপোনতো তোমাৰে নাছোন
মনে মনে তোমাকে ভাবো
মন ভৰা হাঁহি দেখোন
জোন গলা আকাশতো
চিকি মিকি তৰায়ে হাঁহে
AssameseLyrical.com
মৌ ভৰা মিঠা মাতে
কাষলে মোক ৰিঙিয়ালে
মৰমে আহি ললে
জিৰনি তোমাৰ কোলাত
আবেগেও সাৰ পালে
মৰমে নধৰা হিয়াত
আকাশত নীলা ডাৱৰ বোৰে
তোমাৰ কথা কে কলে
মৰম মিলন হ’ব খোঁজে
বাৰে বাৰে বাৰে
বাৰে বাৰে বাৰে
প্ৰনয়ৰে বান তোমাৰ চকু
শেলিলে আহি মোৰ এই বুকুত
ৰজনি গন্ধা চৌপাশে
মতলিয়া আজি দুবাহুতে
মৌ সনা মিঠা মিঠা চুমা
আকিলাহি মোৰই দেহত
বাকি দিলা একাজলি ভালপোৱা
প্ৰনয়ৰে বান চিঙি দিলা
গাঠি দিলা মৰমৰ পৰিভাষা
বাকি দিলা একাজলি ভালপোৱা
যুগে যুগে ৰম তোমাৰে
তুমি বিহিন জীৱ্ন বৃঠা মোৰে
অ’ৰাধা কৃষ্ণৰ প্ৰেমৰ দৰে
সাক্ষী হয় ৰম আমি মৰমতে
মৌ সনা মিঠা মিঠা চুমা
আকিলাহি মোৰই দেহত
বাকি দিলা একাজলি ভালপোৱা
গাঠি দিলা মৰমৰ পৰিভাষা
বাকি দিলা একাজলি ভালপোৱা
COMMENTS