Eku Je Nai Lyrics (একো যে নাই)

Eku Je Nai Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics


Song: Eku Je Nai

Singer: Zubeen Garg

Eku Je Nai Lyrics

একো যে নাই, কোনো নাই

সপোনোৰো ঠিকনা নাই

তথাপিতো বাটে চাই

চকু জুৰি মোৰ নদী হয় ।

পুৱাম তোমাকে মই

প্ৰতিটো বাৰিষাৰ হৈ

বৈ বৈ বৈ যত নদ-নদীৰ সুতি ৰৈ


AssameseLyrical.com


চকুৰে বৈ গৈ 

উতৱাই মাজুলী হৈ

সুনাসুতিত তোকে

লোগ পামনে নাই ...

ডাকোৱাল নাই, চিঠি নাই

পষ্টঅফিচ আজি বন্ধ হয়

Telegram নাই, Facebook নাই

একো Address নাই

থিয়াম তোকে মই

প্ৰতিটো বাৰিষা হৈ

প্ৰতিটো বাৰিষাৰ হৈ

বৈ বৈ বৈ যত নদ-নদীৰ সুতি ৰৈ

চকুৰে বৈ গৈ 

উতৱাই মাজুলী হৈ

সুনাসুতিত তোকে

লোগ পামনে নাই ...

কবিতা নাই, গানো নাই

অনুভূতিৰ গুদগুদি নাই

আবেলি নাই, গোধূলি নাই

সাৰ পুৱাৰ, গুদগুদি নাই




পানচৈ তুলং ভুতং

চুই দে চুই দে মোক

আকিবলে পানীত মোৰ দাপোন

একো যে নাই, কোনো নাই

সপোনোৰো ঠিকনা নাই

তথাপিতো বাটে চাই

চকু জুৰি মোৰ নদী হয় ।

একো যে নাই, কোনো নাই।।   eku je nai

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0