Eku Je Nai Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Singer: Zubeen Garg
Eku Je Nai Lyrics
একো যে নাই, কোনো নাই
সপোনোৰো ঠিকনা নাই
তথাপিতো বাটে চাই
চকু জুৰি মোৰ নদী হয় ।
পুৱাম তোমাকে মই
প্ৰতিটো বাৰিষাৰ হৈ
বৈ বৈ বৈ যত নদ-নদীৰ সুতি ৰৈ
AssameseLyrical.com
চকুৰে বৈ গৈ
উতৱাই মাজুলী হৈ
সুনাসুতিত তোকে
লোগ পামনে নাই ...
ডাকোৱাল নাই, চিঠি নাই
পষ্টঅফিচ আজি বন্ধ হয়
Telegram নাই, Facebook নাই
একো Address নাই
থিয়াম তোকে মই
প্ৰতিটো বাৰিষা হৈ
প্ৰতিটো বাৰিষাৰ হৈ
বৈ বৈ বৈ যত নদ-নদীৰ সুতি ৰৈ
চকুৰে বৈ গৈ
উতৱাই মাজুলী হৈ
সুনাসুতিত তোকে
লোগ পামনে নাই ...
কবিতা নাই, গানো নাই
অনুভূতিৰ গুদগুদি নাই
আবেলি নাই, গোধূলি নাই
সাৰ পুৱাৰ, গুদগুদি নাই
পানচৈ তুলং ভুতং
চুই দে চুই দে মোক
আকিবলে পানীত মোৰ দাপোন
একো যে নাই, কোনো নাই
সপোনোৰো ঠিকনা নাই
তথাপিতো বাটে চাই
চকু জুৰি মোৰ নদী হয় ।
একো যে নাই, কোনো নাই।। eku je nai
COMMENTS