Moromdoi Song lyrics (মৰম দৈ)

Moromdoi Song lyrics By Rakesh Reyaan and Tulika Kalita, visit AssameseLyrical.com for more Assamese lyrics

Song: Moromdoi 

Singer: Rakesh Reyaan and Tulika Kalita 

Moromdoi Song lyrics

মৰম দৈ মৰম দৈ

কিমান মৰম মোলৈ

মৰম দৈ মৰম দৈ

কোৱা না সচাকৈ

মৰম দৈ মৰম দৈ

চকুতে চকু থৈ

মৰম দৈ মৰম দৈ

কোৱা না সচাকৈ

ফুল হৈ ফুলিছা

মোৰে কলিজাতে ঐ

বলিয়া হমে মই সচাকৈ

মৰম দৈ

বলিয়া হমে মই সচাকৈ




যৌৱন দৈ যৌৱন দৈ 

কিমান মৰম মোলৈ

যৌৱন দৈ যৌৱন দৈ 

কোৱা না সচাকৈ

যৌৱন দৈ যৌৱন দৈ 

চকুতে চকু থৈ

যৌৱন দৈ যৌৱন দৈ 

কোৱা না সচাকৈ

ফুল হৈ ফুলিছা

মোৰে কলিজাতে ঐ

বলিয়া হমে মই সচাকৈ

যৌৱন দৈ

বলিয়া হমে মই সচাকৈ




সৰুতে ৰাজা ৰাণী

দিঠক হব কিজানি

মৰম বাঢ়িছে এনেকৈ



 

মনতে খেলিমেলি 

দিনতে তৰা লেখি

দেখো সপোন তোমাৰে ঐ

জানো তুমি মোৰ মই তোমাৰ

বহু জনমৰ ঐ

সাবতি ৰাখিলে বুকুৰে মাজত


AssameseLyrical.com


মৰম দৈ মৰম দৈ

কিমান মৰম মোলৈ

মৰম দৈ মৰম দৈ

কোৱা না সচাকৈ




যোৰেকৈ লম সাবতি

মৰমেৰে নিশাটি

কাষতে তোমাকে পালে ঐ




লোৱাহি আপোন কৰি

আৰু পলম নকৰি

মৰম বাঢ়িছে তোমালৈ

জানো তুমি মোৰ মই তোমাৰ

বহু জনমৰ ঐ

সাবতি ৰাখিলে বুকুৰে মাজত

মৰম দৈ মৰম দৈ

কিমান মৰম মোলৈ

মৰম দৈ মৰম দৈ

কোৱা না সচাকৈ

যৌৱন দৈ যৌৱন দৈ 

কিমান মৰম মোলৈ

যৌৱন দৈ যৌৱন দৈ 

কোৱা না সচাকৈ

মোৰে কলিজাতে ঐ

বলিয়া হমে মই সচাকৈ

যৌৱন দৈ

বলিয়া হমে মই সচাকৈ ।


COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0