O Monimala Lyrics (অ' মণিমালা)

O Monimala Lyrics By Vreegu Kashyap, visit AssameseLyrical.com for more Assamese lyrics

Song: O Monimala

Singer: Vreegu Kashyap

O Monimala Lyrics

 চাৰি টকা চাৰি অনাৰ

ব্ৰিটেনীয়া বিছকুট

খাই খাই খেলিছিলো 

তোৰ চতালত কুট-কুট

লৰালিৰ সেই মৰম 

আজিও আছে মোৰ বুকুত

ক'বহে পৰা নাই

চকুত থৈয়ে তোৰ চকুত

লুটি-পুটি ল লুটি-পুটি 

মৰমৰে মোৰ টোপলাটি

ঐ অ' মণিমালা অ' মণিমালা 

তোৰ বাবে যে মই আধা পগলা

অ' মণিমালা অ' মণিমালা 

তোৰ বাবে যে মই আধা পগলা


AssameseLyrical.com


দুডলীয়া বেনিৰে তোৰ

মুঠি মুঠি ছুলি টাৰি

পাঠশালাৰে বাকৰিত যে 

তোক মই দিয়া পুতলাটি

গমকে নেপালো তই হ'লি গাভৰু

এতিয়া তোৰ কাষলে যাব নোৱাৰু

কঁঠালৰ আধা ধৰা দি ধৰো

মাথো মোৰ নোহৱালৈ 

তকে যে নেৰু

লুটি-পুটি ল লুটি-পুটি 

মৰমৰে মোৰ টোপলাটি

ঐ অ' মণিমালা অ' মণিমালা 

তোৰ বাবে যে মই আধা পগলা

অ' মণিমালা অ' মণিমালা 

তোৰ বাবে যে মই আধা পগলা




বহুজনে বহুকথা 

উলিয়াব তোৰে মোৰে

কোৱাজনৰ মুখতেনো 

কোনে সোপা দিব পাৰে

যোৰ মোৰ আছে যদি তোৰ লগতে

বিয়া হৈ আহিবি তই মোৰ ঘৰলে

হিয়াখাত পৰিব তোৰ মিঠা মাততে

তিনিজন হমে আমি দুদিন পিছতে




লুটি-পুটি ল লুটি-পুটি 

মৰমৰে মোৰ টোপলাটি

ঐ অ' মণিমালা অ' মণিমালা 

তোৰ বাবে যে মই আধা পগলা

অ' মণিমালা অ' মণিমালা 

তোৰ বাবে যে মই আধা পগলা ।

COMMENTS

BLOGGER: 1

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0