O Pori Lyrics By Rajdeep Haloi & Parishmita Nath, visit AssameseLyrical.com for more Assamese lyrics
Song: O Pori
Singer: Rajdeep Haloi & Parishmita Nath
O Pori Lyrics
মনতে যে ৰাখিছো মই
তোমাৰ সেই হাঁহিটি
জোনাকৰে পোহৰতে জিলিকা
সেই মুখনি
তোমাৰে যে নাম চিওৰি চিওৰি
মাতিছো
অ' পৰী নাযাবা
অ' পৰী নাযাবা
অ' পৰী নাযাবা
কাষৰতে ৰবানা।
AssameseLyrical.com
ৰাখিম তোমাক কাষৰতে
উমলিবা বুকুতে
সপোন বোৰো সাজিম আমি
তুমি মই একেলগে
আতৰি গলো যে দূৰণিত
উছুপি উঠে বুকু খনি
অ পৰী নাযাবা
কাষৰতে ৰ'বানা।
কতো সেই আবেগত জীয়া কবিতা
লেখিয়া কাষৰতে তুমি চোৱানা
জোনাকী হাঁহিৰে কথা
সাচি ৰাখিছো জানা
মৰমেৰে সাবতি লোৱানা
অ' পৰী নাযাবা
অ' পৰী নাযাবা
অ' পৰী নাযাবা
কাষৰতে ৰ'বানা।
COMMENTS