Valpower Khiriki Lyrics (ভালপোৱাৰ খিৰিকী)

Valpower Khiriki Lyrics By Zubeen Garg & Richa Chetry visit AssameseLyrical.com for more Assamese lyrics

Song: Valpower Khiriki

Singer: Zubeen Garg & Richa Chetry

Valpower Khiriki Lyrics

ক'ব খোজা মনৰ কথা

নোকোৱাকৈ বুজিলোৱা না

ভালপোৱাৰ খিৰিকী খুলি

এপলক জুমি চোৱানা

উকা বুকুয়েদি

প্ৰণয়ৰ ঢৌ খেলি

বৈ যোৱা গভীৰলৈ

সুখৰ বাটেদি

হাতে হাত ধৰি

যাওঁ বলা নিজানলৈ

কব খোজা মনৰ কথা

নোকোৱাকৈ বুজিলোৱা না




বিচাৰো আঁকি দিবলে

তোমাৰ কঁপালতে জোন

আউশীৰ ৰাতি হৈ ৰম

তোমাৰ বুকুতে সোন

উকা বুকুয়েদি

প্ৰণয়ৰ ঢৌ খেলি

বৈ যোৱা গভীৰলৈ

সুখৰ বাটেদি

হাতে হাত ধৰি

যাওঁ বলা নিজানলৈ


AssameseLyrical.com


সোণাৰু ফুলিয়া হাঁহি

তাতেই প্ৰেমতে ৰাগী

বিলীন হম মই চিৰদিনলৈ

চিৰকাললে তোমাতে




মন প্ৰজাপতি

উৰে পাখি মেলি

নীলিম সীমনালে

তুমি আহি এবাৰ

জ্বলাই যোৱা হি

হেঁপাহৰ অলেখ চাকি ।

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0