Manuhe Manuhor Babe (মানুহে মানুহৰ বাবে) Lyrics | Dr. Bhupen Hazarika

Song Name: Manuhe Manuhor Babe (মানুহে মানুহৰ বাবে)
Singer Name: Dr. Bhupen Hazarika



Manuhe Manuhor Babe (মানুহে মানুহৰ বাবে) Lyrics:-


মানুহে মানুহৰ বাবে,
যদিহে অকণো নাভাবে,
অকণি সহানুভুতিৰে,
ভাৱিব কোনেনো কোৱা, সমনিয়া
মানুহে মানুহৰ বাবে .......

মানুহে মানুহক বেছিব খুজি,
মানুহে মানুহক কিনিব খুজি,
মানুহে মানুহক বেছিব খুজি,
মানুহে মানুহক কিনিব খুজি,
পুৰণি ইতিহাস দোহাৰিলে,
ভুল জানো নহ'ব কোৱা, সমনিয়া
মানুহে মানুহৰ বাবে .......

দুৰ্বল মানুহে যদি, জীৱনৰ কোবাল নদী,
পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানু কি,
মানুহ যদিহে নহয় মানুহ, 
দানৱ কাহানীও নহয় মানুহ,
যদি দানৱ কাহানিবা হয় মানুহ,
লাজ পাব কোনেনো কোৱা, সমনিয়া
মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে, 
যদিহে অকণো নাভাবে,
অকণি সহানুভুতিৰে,
ভাৱিব কোনেনো কোৱা, সমনিয়া
মানুহে মানুহৰ বাবে .......

Post a Comment

Previous Post Next Post

Contact Form