Manuhe Manuhor Babe Lyrics (মানুহে মানুহৰ বাবে) | Dr. Bhupen Hazarika

Manuhe Manuhor Babe (মানুহে মানুহৰ বাবে) Lyrics

Song Name: Manuhe Manuhor Babe (মানুহে মানুহৰ বাবে)Singer Name: Dr. Bhupen HazarikaAlbum : Sonali Dinor Geebor by Bhupen Hazarika. Manuhe Manuhor Babe Lyrics(মানুহে মানুহৰ বাবে) Manuhe Manuhor Babe Lyrics in Assamese মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে, অকণি সহানুভুতিৰে, ভাৱিব কোনেনো কোৱা, সমনিয়া মানুহে মানুহৰ বাবে ……. মানুহে মানুহক বেছিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেছিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে, ভুল জানো নহ’ব কোৱা, সমনিয়া মানুহে মানুহৰ বাবে ……. দুৰ্বল মানুহে যদি, জীৱনৰ কোবাল নদী, পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানু কি, মানুহ যদিহে নহয় মানুহ,  দানৱ কাহানীও নহয় মানুহ, যদি দানৱ কাহানিবা হয় মানুহ, লাজ পাব কোনেনো কোৱা, সমনিয়া মানুহে মানুহৰ … Read more