Police Dada Lyrics (পুলিচ দাদা)

Song: Police Dada Singer: Vreegu Kashyap & Kalpana Patowary Police Dada Lyrics  চাকৰি পালো মই পুলিচৰ, পুলিচৰ লবলে নেপাও ঘৰলে খবৰ ঐ চাকৰি পালো মই পুলিচৰ, পুলিচৰ লবলে নেপাও ঘৰলে খবৰ অ বিহু পুজা বুলি অ নাই কোনো ছুটি বিহু পুজা বুলি নাই কোনো ছুটি কৰো ৰাইজৰে পোহৰা দাৰি পুলিচ দাদা আমি পুলিচ দাদা নাই … Read more

Eibeli Muk (এইবেলি মোক) – Lyrics | Angaraag Mahanta | Papon

Song: Eibeli Muk (এইবেলি মোক) Singer: Angaraag Mahanta (Papon) Eibeli Muk (এইবেলি মোক) – Lyrics:— এইবেলি মোক বুকুতে ৰাখি, এইবেলি মোক লোৱাহি ঢাকি, এইবেলি মোক আঁচলতে তোমাৰ চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি….. এইবেলি হওঁক এই পৃথিৱী সাক্ষী, আৱেগেৰে জ্বলোৱা চাকি…….. তোমাৰে কথা ভাবি পাৰ হয় সময়, আন কাৰো বাবেচোন মোৰ জানো আজৰি যে নহয়, জোনৰে … Read more

Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics | Bhupen Hazarika

Song: Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) Singer: Bhupen Hazarika Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics:– আই তোক কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি, আই অ কিহেৰে পুজিমে তোক আই অ জীৱন দি পুজিমে তোক…. আই তোৰ মৰমী কোলাতে আই মই জনমে লভিলো, আই তোৰ কিহেৰে শুজিমে ধাৰ আই অ জীৱন দি … Read more

Lyrics – Soku Meli Nasaba (চকু মেলি নাচাবা) | Runjun Phukan | Ajoli Nobou

Song: Soku Meli Nasaba (চকু মেলি নাচাবা) Singer: Runjun Phukan Movie: Ajoli Nobou Soku Meli Nasaba (চকু মেলি নাচাবা) Lyrics:— চকু মেলি নাচাবা অ, ৰ লাগি নাচাবা চকু মুদি চোৱাচোন দেখা পাবা তাতেই মন উতলাই কোনে চিৎ নচুৱাই ৰঙতে ৰঙিলী পখিলা  পৰেহি ফুলতে দেখিলা ফুলনি নাঁচিলে হালি-জালি হালি-জালি কোনে বাৰু চাই চাই আপোন পাহৰি নাজায় অ, মন মাৰি আছাচোন নোচোৱানো কেলৈ ক’ত মৰি যাওঁ মন পমি যায় ক’ত মৰি যাওঁ মন পমি যায় আৰু যে এখনি ফুলনি ফুলৰে হৈ আছে শুৱনি আশাৰে উলহি জকেমকি জকেমকি তালৈ আজি চাবলৈ জানো আপোন কোনো নাই আৰু যে এখনি ফুলনি ফুলৰে হৈ আছে শুৱনি আশাৰে উলহি জকেমকি জকেমকি তালৈ আজি চাবলৈ জানো আপোন কোনো নাই অ, জানো জানা কাষতে আছে মোৰ বুকুতে ধন সাঁচতীয়া মোৰ আছে বাট চাই … Read more

Lyrics – Ki Naam Di Matim (কি নাম দি মাতিম) | Dwipen Baruah | Nirmala Mishra | Dr. Bezbarua

Ki Naam Di Matim Lyrics SONG: Ki Naam Di Matim (কি নাম দি মাতিম) SINGER: Dwipen Baruah & Nirmala Mishra MOVIE: Dr. Bezbaruah Ki Naam Di Matim Assamese lyrics (কি নাম দি মাতিম):— কি নাম দি মাতিম? মাতিম তোমাক? নিবিড় গোপন কিযে মায়া! কি নামৰে সোণ পৰশত বৰ্ণালীহৈ দিয়া যি নাম দি মাতা সেয়ে মিঠা! জীৱনৰ মৰুৰ তুমি … Read more

Etiya Hiya Mur (এতিয়া হিয়া মোৰ) | Tumi Mur Mathu Mur | Lyrics | Zubeen Garg

Song: Etiya Hiya Mur (এতিয়া হিয়া মোৰ)Singer: Zubeen GargAlbum: Tumi Mur Mathu Mur Etiya Hiya Mur (এতিয়া হিয়া মোৰ) Lyrics :— তিন তিনাক তিন তিন তাৰা তিনাক তিন তিন তিন তাৰা….. তিন তিনাক তিন তিন তাৰা তিনাক তিন তিন তিন তাৰা….. এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে উঠে উঠে দিলা কিনো মনৰে ঠিকনা চকুতে চকু থয় বোৱালা কামনা এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে…… (বুকুৰে ভিতৰে  মৰমে নিগৰে দাৱৰে পোহৰে তোমাকে সামৰে)-২X ধৌ খেলা চুলিৰে সৰতৰ লুকা-ভাকু মিছিকিয়া হাঁহিৰে যেন সিপাৰ ইপা‍ৰ বুকু এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে….. (তুুমি সোন বুকুৰে তুমি সুনিতৰে তুমি সপোনৰে  তুমি দিঠকৰে)-২X নীলা নীলা চকুজুৰিত আন্ধাৰে কথা ক’লে আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে অ…… … Read more

Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics

SONG: Tumi Moi Edin (তুমি মই এদিন) SINGER: Zubeen Garg & Nirmali Das Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:— তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… জোনে পোহৰ দিব, তৰায়ো হাঁহিব, জোনাকেও গাব গান, তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে, থাকিব মৰমৰে তান……. থাকিব মৰমৰে তান……. সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে সুৰ থাকিব, তাতে হাঁহি থাকিব, তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. দুৱৰি নিয়ৰে, কিনো কথা পাতে, তাকে শুনিম আমি ৰৈ, সুখৰ দলিচাতে, জিৰাম আমি দুয়ো, উৰে জীৱনলে ঐ……. উৰে জীৱনলে ঐ……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে প্ৰেম থাকিব, তাতে হৃদয় থাকিব, তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, … Read more

Aah Aah Ulai Aah (আহ আহ ওলাই আহ) By Bhupen Hazarika | Lyrics In Assamese

Legendary singer Bhupen Hazarika’s poignant ballad “Aah Aah Ulai Aah” is a priceless find in the vast repertoire of Assamese music. The song has a strong emotional resonance, with each verse encapsulating the spirit of desire and love. Bhupen Hazarika stands as an iconic figure in Indian music, celebrated not only for his enchanting melodies … Read more

O Bideshi Bandhu (অ’ বিদেশী বন্ধু) By Bhupen Hazarika | Lyrics In Assamese

Song:  O Bideshi Bandhu (অ’ বিদেশী বন্ধু) Singer: Bhupen Hazarika  O Bideshi Bandhu (অ’ বিদেশী বন্ধু) Lyrics In Assamese:— অ’ বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া…….. প্ৰতিধ্বনি শুনো কান্দোনৰ অ’ বিদেশী বন্ধু দুৰ্ভগীয়া……… প্ৰেমৰ সাগৰে, জাহাজ মেলিলি, নাপালি কোনো বন্দৰ, সৰু চাকনৈয়াতে বন্দী হলি, হেৰুৱালি তোৰ লঙ্গৰ, অ’ বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া…….. চিৰ সেউজতে, … Read more

Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg

  Song: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) Singer: Zubeen Garg Nao Loi Animgoi Lyrics -Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | In Assamese নাওঁ লৈ আনিম গৈ বোকাৰে পদুম ঐ সাঁতুৰি আনিম গৈ তোক তোৰে মৰমে সৰগি পৰশে সাহসী কৰিছে মোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. হলেহক বৰনৈ ভয় নাই ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে মৰমে তোৰ দুবাহু মেলি সাঁতুৰিলা আদুৰি বোকাঁপানী নেওঁচি কলহেৰে আনি ৰাখিম বুকুতে তোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. ঈকৰা বিৰিনাই দিব দলিছা পাৰি নৈৰে বোকাৰে লম ঠাই মচি জোনাকে জাচিব ফুল এপাহ জোনালী জোনাকে জাচিব ফুল এপাহ জোনালী মৰমে মৰমক পাব বিচাৰি মৰমে মৰমক পাব বিচাৰি … Read more