Tumi Dusokut Kajol Lole ( তুমি দুচকুতে কাজল ল’লে ) Assamese Lyrics | Zubeen Garg

Published on February 1, 2020
Song Name: Tumi Dusokut Kajol Lole
Singer: Zubeen Garg


Tumi Dusokut Kajol Lole Lyrics:::
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…

পিৰীতি শীৰে শীৰে
নামিছে ধীৰে ধীৰে
লগালা দেহে মনে জীয়া জীয়া জুই…

তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…

সামৰি সামৰি থোৱা কেচা মৰম,
যাচিবলৈ নো মন যায়,

বাগৰি বাগৰি পৰিছো ভাগৰি,
হিয়াত কোনে দিব ঠাই,

আছাহি বুকুতে ৰৈ,
গুপুতে জিৰনি লৈ,
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…
জোকাৰি জোকাৰি যোৱা চুলি তাৰি,
ম‍ইও সপোন দেখা পাও,
সোনাৰু সোনাৰু ফুলা হাহিটিতে,
উলাহে উটি ভাহি যাও,
আছাহি গুপুতে ৰৈ,
বুকুত জিৰনি লৈ,
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…
পিৰীতি শীৰে শীৰে
নামিছে ধীৰে ধীৰে
লগালা দেহে মনে জীয়া জীয়া জুই…

তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে…