Bijuli Batire Saki Joluwa Lyrics | Jyoti Prasad Agarwala

Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা)

Singer: Jyoti Prasad Agarwala

Bijuli Batire Saki Joluwa Lyrics
Bijuli Batire Saki Joluwa Lyrics

Bijuli Batire Saki Joluwa Lyrics:---

বিজুলি বাঁতিৰে চাকি জ্বলোৱা 
কোঠাত কৰিলি কি?
পঢ়িলি, শুনিলি, জানিলি, বুজিলি
আৰু নতুনৰ সৃষ্টি কৰিলি যি?

বিজ্ঞানৰ তই ফুল পাতেৰে
সজালি ফুলৰ দানি
নৱজীৱনৰ এই প্ৰকাশক
আপুনি লৈছোঁ মানি

বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে যাম
অনুবীক্ষণৰ থাপনাতেই
সুন্দৰকেই বহি থকা পাম
বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলৈ যাম৷৷

Post a Comment

Previous Post Next Post

Contact Form