Jananir Xontan Jaga Lyrics | Jyoti Prasad Agarwala

Song: Jananir Xontan Jaga (জননীৰ সন্তান জাগা)
Singer: Jyoti Prasad Agarwala
Jananir Xontan Jaga Lyrics
Jananir Xontan Jaga Lyrics

Jananir Xontan Jaga Lyrics:---

জননীৰ সন্তান জাগা
জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ ।
মৃত্যু গছকি আনা জয় জিনি
কৰি দুৰ্জয অভিযান ।

শক্তি গায়ত্ৰী মনত পেলোৱা 
হ'বা দুৰ্নীবাৰ
তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান 
অ' মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ
অজেয নৱ- জোৱান ।

Post a Comment

Previous Post Next Post

Contact Form