Junakor Desh – Nixongo Mon Lyrics

Published on March 20, 2020

Junakor DeshNixongo Mon

Junakor Desh - Nixongo Mon Lyrics
Junakor Desh – Nixongo Mon Lyrics

Junakor Desh – Nixongo Mon Lyrics:–

জোনাকৰ দেশৰ পৰীৰ কাহিনী শুনি
শুনি শুনি ম‌ই
মৰমে উতলা পচোৱাৰ বা লাগি

তোমাক পাবলৈ কৰিছো পন ম‌ই
ভাবো দিনে ৰাতি
উৰো উৰো লাগে
মন নাচি উঠিছে
ৰৈ সাচো আজি

মেঘালি চুলিৰে খোপা বান্ধি বান্ধি
আহিবা মোৰ কাষ চাপি
মনৰ জুৰি হৈ হঠাতে
হলা হি মোৰ মনৰ গৰাকি
ভৰি যায় মৰম নদি
নদি চেনেহৰ মিঠা মাতত আজি
আশাৰে পাচৈ তৰো
তৰো আজি দুইও আমি
জোনাকৰ দেশৰ পৰীৰ কাহিনী…

পদুলিৰ দুভৰি শেৱালিৰ চাই
জিলিকি উঠিছে তোৰ দুখন গাল
সোনালী সপোনে দহিছে মোৰ গান
নিয়ৰে শেমেকাই গায়
দেহা মোৰ ঐ দেহা ঐ
দেহা লহৰে লহৰে ভতিয়াই
জোনাকৰ পৰীৰ কাহিনী…