Kinu Toi Bisari (Nayak Hobo) Lyrics | Zubeen Garg

Published on March 17, 2020

Song: Kinu Toi Bisari (Nayak Hobo) 

Singer: Zubeen Garg

Kinu Toi Bisari (Nayak Hobo) Lyrics
Kinu Toi Bisari (Nayak Hobo) Lyrics

Kinu Toi Bisari (Nayak Hobo) Lyrics:—

কিনো তই বিচাৰি আজি কিনো পালি

বুজিবলে আছে কোন


যাকে আপোন বুলি লৱ আঁকোৱালি

সিয়ে আতঁৰিল চোন


কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে


জন অৰণ্যৰ মাজতো আছ অকলশৰে

কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে

জন অৰণ্যৰ মাজতো আছ অকলশৰে

নায়ক হব খুজি খলনায়ক হলি

কিযে বিধি কৰুণ



জীৱনৰে প্ৰতি পল যাৰ বাবে বিলাই দিলি


সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই

জীৱনৰে প্ৰতি পল যাৰ বাবে বিলাই দিলি

সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই

কালিৰে তোৰ লগৰী আজি যে গল আঁতৰি

ভুলৰ বলি হলি তই


নায়ক হব খুজি খলনায়ক হলি


কিনো বিধি কৰুণ

কিনো তই বিচাৰি আজি কিনো পালি

বুজিবলে আছে কোন


মানুহৰে মন বোৰো তই কিয় নিচিনিলি


ফুলনিৰ কাইটকে ফুল বুলি তুলিলি

মানুহৰে মন বোৰো তই কিয় নিচিনিলি

ফুলনিৰ কাইটকে ফুল বুলি তুলিলি

কাইতেজে বাকুহা দুহাতৰে তেজে চাই

বেজাৰ কৰি লাভ নাই


নায়ক হব খুজি খলনায়ক হলি

কিযে বিধি কৰুণ


কিনো তই বিচাৰি আজি কিনো পালি

বুজিবলে আছে কোন



কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে

জন অৰণ্যৰ মাজতো আছ অকলশৰে


কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে

জন অৰণ্যৰ মাজতো আছ অকলশৰে


নায়ক হব খুজি খলনায়ক হলি

কিযে বিধি কৰুণ


কিনো তই বিচাৰি আজি কিনো পালি

বুজিবলে আছে কোন