Mur Mone Ki Bisare Lyrics By Mitali Choudhury

Published on March 25, 2020

Song: Mur Mone Ki Bisare (মোৰ মনে কি বিচাৰে)

Singer: Mitali Choudhury

Album: Mitalir Sonmoni

Mur Mone Ki Bisare Lyrics
Mur Mone Ki Bisare Lyrics

Mur Mone Ki Bisare Lyrics:–

মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি…

এই ধৰা মোহনীয়া
কত ৰমণীয়া ছবি
তথাপিও নহয় শেষ
আশাৰ কাৰেং সাজি
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি

হয়তো বিচাৰি পাম
সৰগৰে জেউতি
হয়তো আঁতৰি যাব
মনৰে ভ্ৰান্তি

হয়তো বিচাৰি পাম
সৰগৰে জেউতি
হয়তো আঁতৰি যাব
মনৰে ভ্ৰান্তি
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি…
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি…
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি…
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি

কি বিচাৰে…
কি বিচাৰে… ।