Rib Rib Ke Ba Bolise Lyrics By Tarali Sharma

Published on March 30, 2020

Song: Rib Rib Ke Ba Bolise (ৰিবৰিব কে বা বলিছে)

Movie: Suren Suror Putek 

Singer: Tarali Sharma 

Lyrics & Tune: Dr. Hitesh Baruah

Rib Rib Ke Ba Bolise Lyrics
Rib Rib Ke Ba Bolise Lyrics

Rib Rib Ke Ba Bolise Lyrics:—

ৰিবৰিব কে বা বলিছে
আঁচল মোৰ উৰিছে
লিহিৰি পাত
জিৰিজিৰি কঁপিছে
ৰুণজুন সুৰ বাজিছে
চিলমিল টোপনিতে
চকামকা সপোনতে
চেনাই মোৰ আহিছে…
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে…
(জিলমিল জিলমিল
চিকমিক চিকমিক
নীলা নীলা পানী
শিলে শিলে বৈ আহিছে
কুলু কুলু ধ্বনি) ×২
সুকোমল শুকুলা কঁহুৱা হালিছে
মোৰ এই শুৱলা বাঁহীটি বাজিছে
চেনাই মোৰ আহিছে…
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে
লিহিৰি পাত
জিৰিজিৰি কঁপিছে
ৰুণজুন সুৰ বাজিছে
(টুন্ টুন্ টুন্ টুন্
টুনী চৰাই
চিকি চিকি চিকি চিকি মাত
টিপ্ টিপ্ টিপ্ টিপ্
টিপচিৰো ততে নাই যে গাত) ×২
[গুণগুণ ভোমোৰা
সুষম কুলি
ডালে ডালে পাহি
ডালক ফুল বুলি(?)]
চেনাই মোৰ আহিছে…
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে
লিহিৰি পাত
জিৰিজিৰি কঁপিছে
ৰুণজুন সুৰ বাজিছে
চিলমিল টোপনিতে
চকামকা সপোনতে
চেনাই মোৰ আহিছে…
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে…
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে