Assamese Song
Val Nalage Jana Lyrics | Shiva
Song: Val Nalage Jana (ভাল নালাগে জানা)
Singer: Shiva
![]() |
| Val Nalage Jana Lyrics |
Val Nalage Jana Lyrics:—
ভাল নালাগে জানা তুমি নামাতিলে ,ভাল নালাগে জানা তুমি নাহাঁহিলে ,
বুকুতো নুফুলে ফুল ৰঙা কলিজাৰে ফুল
বুকুতো নুফুলে ফুল ৰঙা কলিজাৰে ফুল ,
যদি তুমি নিদিয়া মিঠা মৰমৰে বোল,
ভাল নালাগে জানা তুমি নামাতিলে,
ভাল নালাগে জানা তুমি নাহাঁহিলে
ভাল নালাগে জানা ……..তুমি নাথাকিলে,….
ভাল নালাগে জানা তুমি আতঁৰিলে …..
নবলে মলয়া জোৰ নুশুনো চিনাকি সুৰ,
মৰহে আশাবোৰ দুখৰো নপৰে ওৰ ,
আতৰি নাযাবা কাষতে থাকিবা মোৰ,
চিৰদিন চিৰকাল বাজিব অমিয়া সুৰ, ….
জীৱনেও গাব আমাৰ মৰমৰে গান,
ভাল নালাগে জানা তুমি নামাতিলে,
ভাল নালাগে জানা তুমি নাহাঁহিলে
জোনাকেও নাহাঁহে, …মনৰ আকাশতে …
হিয়া মোৰ উচুপে, ….তোমাক নেদেখিলে, …
তোমালে বাটে চায়, আছো দিনে নিশাই
নিৰৱে কান্দিছো তোমাৰে ছবিকে চায় ৷
নহ’ৱা বেলিটি পশ্চিম আকাশৰে,
হাঁহি হৈ থাকা মোৰ কলিজাৰ কুঁহে কুঁহে,
থাকা বৈ বুকুতে মোৰ মৰম নদী হৈ,,,
ভাল নালাগে জানা তুমি নামাতিলে,
ভাল নালাগে জানা তুমি নাহাঁহিলে
ভাল নালাগে জানা তুমি নামাতিলে,
ভাল নালাগে জানা তুমি নাহাঁহিলে
আ আ আ আ আ আ আ আ আ আ
আ আ আ আ আ
আ আ আআআ
আআআআ………….
