Aji Bohag Ahile Buli Lyrics By Anima Choudhury

Song: Aji Bohag Ahile Buli (আজি ব'হাগ আহিলে বুলি)

Singer: Anima Choudhury  

Aji Bohag Ahile Buli Lyrics
Aji Bohag Ahile Buli Lyrics

Aji Bohag Ahile Buli Lyrics:---

[(আজি ব'হাগ আহিলে বুলি
মন কিয় উঠে ফুলি)শিমলুৰ ৰঙা ফুল হৈ←২
কমোৱা তুলাৰ দৰে
মনৰ সপোন বোৰে
ফাগুণৰ গীত এটি হৈ
আজি ব'হাগ আহিলে বুলি ...]←২

(হেনো ব'হাগ উভতি ধৰে
আঁচল বলীয়া ধৰে)←২
লুইতত থকা পদুম ফুল..←২
(আমাৰেই জীৱন গাঁঠা
তাৰেই পাৰতে ৰখা
হাঁহি আৰু চকুলোৰে বোল )←২
নেনাচি থাকিবি জানো
নাচনী আহিলে কোনো
নেনাচি থাকিবি জানো
নাচনী আহিলে
আউলি বাউলিজনী হৈ..
(প্ৰথমখিনি)

(এই ব'হাগতে আহি কোনোবা নাছনি←২
তোকেই ক'বহি বোলো নাচ নাচ নাচ তই নাচ)←২
(তয়ো মোৰ মইও তোৰ
একেলগে নাচোঁ ঘুৰ
বাদ বাকী সকলোটি পাচ)←২
তেতিয়া কেনেকে বাৰু
নেনাচি থাকিবি আৰু
তেতিয়া কেনেকে বাৰু
নেনাচি থাকিবি
সকলো নীচতা এৰি থৈ
(আজি ব'হাগ আহিলে বুলি
মন কিয় উঠে ফুলি)শিমলুৰ ৰঙা ফুল হৈ←২
কমোৱা তুলাৰ দৰে
মনৰ সপোন বোৰে
ফাগুণৰ গীত এটি হৈ
আজি ব'হাগ আহিলে বুলি ৷৷

Post a Comment

Previous Post Next Post

Contact Form