Ami Sorai Bahi Lyrics By Mintu Kumar Nath

Song: Ami Sorai Bahi (আমি চৰাইবাহী)

Singer: Mintu Kumar Nath

Ami Sorai Bahi Lyrics
Ami Sorai Bahi Lyrics

Ami Sorai Bahi Lyrics:—

আমি চৰাইবাহী নিকেতনৰ
জ্ঞান জ্যোতিৰ ৰেঙণি
আছে আশা অলেখ অনন্ত
ৰাখিম মান জননীৰ
দশোদিশ পোহৰাই ৰাখিম মান
অসম অসমীয়াৰ চানেকিৰে
আমি চৰাইবাহী নিকেতনৰ
জ্ঞান জ্যোতিৰ ৰেঙণি
জ্ঞান জ্যোতিৰ ৰেঙণি …

বহু আশা বুকুত বান্ধি
পোৱাৰ সুৰুযৰ ৰাঙলীৰে
ৰং তুলিকাৰ বুলনিতে
আঁকি যাম চানেকি জীৱনৰে
ফুল হৈ ফুলি ৰ’ম পাহি সুগন্ধি
জোনাকৰ দলিচাতে
সৌ আকাশতে
তৰাৰ তৰালিৰে
সৌ আকাশতে ।

আমি চৰাইবাহী নিকেতনৰ
জ্ঞান জ্যোতিৰ ৰেঙণি
আছে আশা অলেখ অনন্ত
ৰাখিম মান জাননীৰ …

Leave a Comment