Song: Ami Sorai Bahi (আমি চৰাইবাহী)
Singer: Mintu Kumar Nath
![]() |
Ami Sorai Bahi Lyrics |
Ami Sorai Bahi Lyrics:---
আমি চৰাইবাহী নিকেতনৰ
জ্ঞান জ্যোতিৰ ৰেঙণি
আছে আশা অলেখ অনন্ত
ৰাখিম মান জননীৰ
দশোদিশ পোহৰাই ৰাখিম মান
অসম অসমীয়াৰ চানেকিৰে
আমি চৰাইবাহী নিকেতনৰ
জ্ঞান জ্যোতিৰ ৰেঙণি
জ্ঞান জ্যোতিৰ ৰেঙণি ...
বহু আশা বুকুত বান্ধি
পোৱাৰ সুৰুযৰ ৰাঙলীৰে
ৰং তুলিকাৰ বুলনিতে
আঁকি যাম চানেকি জীৱনৰে
ফুল হৈ ফুলি ৰ'ম পাহি সুগন্ধি
জোনাকৰ দলিচাতে
সৌ আকাশতে
তৰাৰ তৰালিৰে
সৌ আকাশতে ।
আমি চৰাইবাহী নিকেতনৰ
জ্ঞান জ্যোতিৰ ৰেঙণি
আছে আশা অলেখ অনন্ত
ৰাখিম মান জাননীৰ ...