Durjug Lognor Dekhu Lyrics By Upen Kakati

Song: Durjug Lognor Dekhu (দুৰ্যোগ লগ্নৰ দেখো)

Singer: Upen Kakati

Durjug Lognor Dekhu Lyrics
Durjug Lognor Dekhu Lyrics

Durjug Lognor Dekhu Lyrics:---

দুৰ্যোগ লগ্নৰ দেখো হাঁহাকাৰ
হেৰৌ বলিয়া বৰ নৈ হ’লি দুৰাচাৰ
ৰাইজক সাৱটিম কণ্ঠৰ সুৰেৰে
ৰুধিবই লাগিব গতি দুৰ্বাৰ ।

ধৰমৰ নামঘৰ যাঠি ব্যভিচাৰ
পথাৰৰ লখিমী কৰি ছাৰখাৰ
হাঁহিছ কিয়নো হাঁহি কংসৰ
আজি তোকেই ৰুধিবলৈ
মাৰি যাওঁ ডাৰ ।

সৃষ্টিয়ে অনাচাৰ কৰে ছাৰখাৰ
কিমান সহিম আৰু শত হাঁহাকাৰ
বানতেই উটি যাব কৃষ্টিৰ পানচৈ
দুৰাচাৰ কংসই পাব মাধমাৰ ।

মহাকাল স্তব্ধ গীতিয়ে হিয়াৰ
দুপাৰত জিলিকিব হাঁহিৰে অপাৰ
নাচি নাচি উটি যাব তৰী সময়ৰ
আঁতৰিব ক’লা মেঘ ৰাতি তমসাৰ ।।

Post a Comment

Previous Post Next Post

Contact Form