Gane Gane Aji Kou Lyrics By Ashim Hazarika

Song: Gane Gane Aji Kou (গানে গানে আজি কওঁ)

Singer: Ashim Hazarika

Lyrics: Kriti Kamal Bhuyan

Gane Gane Aji Kou Lyrics
Gane Gane Aji Kou Lyrics

Gane Gane Aji Kou Lyrics:---

(গানে গানে আজি কওঁ
নোকোৱা মনৰ কথা
সুৰে সুৰে গাই যাওঁ
অচিনা জনে বেঁথা)←২

দেশে দেশে ৰিক্ত জনৰ ,
যুগে যুগে মূক প্ৰাণৰ

দেশে দেশে ৰিক্ত জনৰ ,
যুগে যুগে মূক প্ৰাণৰ

(অপ্ৰকাশৰ কাহিনীৰে ,
গাই যাও গীতিকা)←২
শেষ হোৱা নাই যাৰ ,
দুখৰ লগন গণা
গীত হওঁক মোৰ তাৰ বাবে
আশাৰে অগ্নিকণা
(প্ৰথথমখিনি)

(বৰ্তমানত যিসকলে
ভৱিষ্যতৰ বেদীতে)←২
(অৰ্পন আজি কৰিছে
গাওঁ তাৰেই জয়গান)←২
শেষ হোৱা নাই যাৰ,
দুখৰ লগন গণা
গীত হওঁক মোৰ তাৰ বাবে
আশাৰে অগ্নিকণা
(প্ৰথথমখিনি) ←২

Post a Comment

Previous Post Next Post

Contact Form