Lahe Lahe Barhise Lyrics By Zubeen Garg

Published on April 12, 2020

Song: Lahe Lahe Barhise (লাহে লাহে বাঢ়িছে)

Singer: Zubeen Garg

Lahe Lahe Barhise Lyrics
Lahe Lahe Barhise Lyrics

Lahe Lahe Barhise Lyrics:—

লাহে লাহে বাঢ়িছে
লাহে লাহে কমিছে
লাহে লাহে উঠিছে
লাহে লাহে নামিছে
মৰমৰে ঢল আজি উশাহতে
নৈয়ে নৈয়ে দেখিছোঁ
ঢৌৱে ঢৌৱে লেখিছোঁ
কিনো জোৱাৰ মোৰো নিশাহতে
অ’ লাহে লাহে বাঢ়িছে অ’ ।
নুসুধিবা কথাৰে
নুজুখিবা ভাষাৰে
গুপুতে বুকুতে কিহে দুলি তোলে
খুলি ক’ব নোৱাৰি
কাষলে আহি তুমি চাই ৰোৱাহি
যুগৰে মৰমবোৰ আছোঁ মই সাৱটি
জগোৱাহি ৰিব্ ৰিব্ হাতে ।
নুখুজিবা চকুৰে
নাযাছিবা ওঁঠেৰে
মৰমৰ এধানি লাজৰে আমনি
দিব ল’ব নোৱাৰি
দেখিলে দেখক আনে
শুনিলে শুনক
মাথোঁ হিয়াৰে মৰম মৰমে বুজক
মনৰ কথা বুজিলাই চাগে ।।