Song: Masore Bhal Pau (মাছৰে ভালে পাঁও)
Singer: Zubeen Garg
![]() |
Masore Bhal Pau Lyrics |
Masore Bhal Pau Lyrics:—
ঐ মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা
ছোৱালী ভালে পাঁও
মিঠা বৰণ ঐ
ককাল লাহি – পাহি
কুণ্ডত কটা
তোকে দেখাপায়
বাহিছে জান ঐ
বাহিছে জান ঐ
মনৰে ভিতৰত নৈ নিজৰা
মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা
ঘৰ ভাড়াঘৰ বিচৰা নাই
তোৰ বুকুতে জান নে নাই
ঘৰ ভাড়াঘৰ বিচৰা নাই
তোৰ বুকুতে জান নে নাই
বছৰ দুবছৰ কটাই আনোনে
বাকচ বান্ধিবলে মোৰ সময়ে নাই
মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা
ভৰসা কৰিব পৰা এজন
কতাব পাৰি তাৰ স’তে জীৱন
ভৰসা কৰিব পৰা এজন
কতাব পাৰি তাৰ স’তে জীৱন
সদায়ে তোৰ লগ নাপাবি জান নে
সময় থাকোতে বাছি ল
মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা
তোকে দেখা পাই
বাহিছে জান ঐ
তোকে দেখা পাই
বাহিছে জান ঐ
মনৰে ভিতৰত নৈ নিজৰা
মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা ।।