Monole Ubhoti Ahe Lorali Lyrics By Zubeen Garg

Song: Monole Ubhoti Ahe Lorali (মনলে ওভতি আহে ল’ৰালি)

Singer: Zubeen Garg

Monole Ubhoti Ahe Lorali Lyrics
Monole Ubhoti Ahe Lorali Lyrics

Monole Ubhoti Ahe Lorali Lyrics:—

মনলে ওভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি
আছিলোঁ তোৰে মৰমতে খেলি
মোৰো ভাল লগে তাকে সোঁৱৰি
অ’ অ’ অ’ …
মনলৈ ওভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি ।
তোকে লৈ দেখোঁ ম‍ই মোৰে বুকুৰে এটি এটি সপোন,
আৱেগে ওপচে ভাবিলে ত‍ইয়েতো মোৰ আশাৰে জোন
ম‍ইও দেখোঁ সপোন
দিনে ৰাতিয়ে চোন
প্ৰাইয়ে আজি-কালি,
ল’ৰলি আজিও চোন আঁতৰা নাই
এহে কিনো ক’ম দাদা ম‍ইও তোৰেহে ভাই
অ’ অ’ অ’ …
মনলৈ ওভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি ।
কিদৰে পাহৰোঁ তোৰে মৰমকে তোৰে চেনেহকে,
কথা দিলোঁ আজি আনিমে আঁজুৰি তোৰে সপোনকে
আগলে হ’বি ত‍ই
মোৰ পৰিচয়
আৰু লাগিছে নো কি ?
মোৰো মন তোলৈকে আনিম এজনী
বহুতৰ মাজৰ পৰা বাছি বাছি
ক‍ইনা সাজে আহিব নবৌজনী
মানুহে মানুহ ভৰিব ৰভাথলী
অ’ অ’ অ’ …
(মনলৈ ওভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি) ।।

Leave a Comment