Assamese Lyrics
Morom Barhe Lyrics By Neel Akash & Subasana Dutta
Song: Morom Barhe (মৰম বাঢ়ে)
Singer: Neel Akash & Subasana Dutta
![]() |
| Morom Barhe Lyrics |
Morom Barhe Lyrics:—
মৰম বাঢ়ে গুপনে গুপনে
হৃদয় যোৰে আবেগে আবেগে ২
কওঁ কি দৰে মোৰ মনৰে কথা
ভাবিলেই মোৰ মন আজি
উৰি গুচি যায়
মৰম বাঢ়ে সদায়
তোমাকে পাবলে
জিলিকি আছা তুমি
মন আকাশী তৰা হৈ
হিয়া দহে মোৰ বুকু ভাগে
তুমি আতৰি আতৰি থাকিলে
জীৱন বাটৰ প্ৰতিটো খুজতে
বিছাৰো মোৰে কাষৰতে
মোৰ প্ৰতি উশাহ তোমাৰেই নামত
জুখিব নোৱাৰা প্ৰীতি তোমাৰেই
মৰম বাঢ়ে সদায়
তোমাকে পাবলৈ
জিলিকি আছা তুমি
মন আকাশী তৰা হৈ
এচেৰেঙা ৰদে তোমাৰ জানা
সানে দেহতে সোনালী বৰণ
সপোন সপোন লগা বৰষা যেন
মোৰ বুকুতে প্ৰতিটো ক্ষণ
দূৰ সিমনাতে বৈ যাব খোজে
দৰদী মৰমে তোমাক সাবতি লৈ
মৰম বাঢ়ে সদায়
তোমাকে পাবলৈ
জিলিকি আছা তুমি
মন আকাশী তৰা হৈ
