Mure Bharotore Lyrics By Jyoti Prasad Agarwala

Song: Mure Bharotore (মোৰে ভাৰতৰে)

Singer: Jyoti Prasad Agarwala

Mure Bharotore Lyrics

Mure Bharotore Lyrics:—

মোৰে ভাৰতৰে
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি ।
সেউজীয়া বনতে, সেউজীয়া মনতে
বিকশি প্ৰকাশি উঠা
নৱ জন জীৱনৰে অভিনৱ জ্যোতি ।
আজি শিল্পী মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি
জয় অজেয় আলোকময় বিশ্বৰূপী
অনন্ত বিজয়ী
জন গণ মন মুকুতি
প্ৰণতি প্ৰণতি ।।

Leave a Comment