Nomu Matri Axoma Lyrics By Zubeen Garg

Song: Nomu Matri Axoma (নমো মাতৃ অসমা)

Singer: Zubeen Garg 

Nomu Matri Axoma Lyrics
Nomu Matri Axoma Lyrics

Nomu Matri Axoma Lyrics:---

আলাপ...

নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা
নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা
নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

অমলা/কমলা ধৱলা সৱলা, সূৰ্য্য কৰোঁ উজ্জ্বলা
অমলা/কমলা ধৱলা সৱলা, সূৰ্য্য কৰোঁ উজ্জ্বলা
সুজলা সুফলা শ্যামলা, সুজলা সুফলা শ্যামলা
নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

নদী গিৰিমালা শোভিতা, সুহাসিনী বিশ্ব বন্দিতা
নদী গিৰিমালা শোভিতা, সুহাসিনী বিশ্ব বন্দিতা
বিচিত্ৰ বৰ্ণা পুষ্পিতা, বিচিত্ৰ বৰ্ণা পুষ্পিতা
নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

শত সতী বীৰ প্ৰসৱা, ঐশৰ্য্যশালিনী বিভৱা
শত সতী বীৰ প্ৰসৱা, ঐশৰ্য্যশালিনী বিভৱা
স্বৰ্ণ শস্য প্ৰসৱা, স্বৰ্ণ শস্য প্ৰসৱা
নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

শংকৰ মাধৱ জয়া মূলাৰ জননী
শংকৰ মাধৱ জয়া মূলাৰ জননী
বীৰ প্ৰসৱিনী স্বৰ্ণ প্ৰসৱা, বীৰ প্ৰসৱিনী স্বৰ্ণ প্ৰসৱা
নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা
নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা
নমো মাতৃ অসমা, নমো মাতৃ অসমা ।।

Post a Comment

Previous Post Next Post

Contact Form