Ujaye Ahile Bhatire Lyrics By Anima Choudhury

Song: Ujaye Ahile Bhatire (উজায়ে আহিলে ভাটিৰে)

Singer: Anima Choudhury

Ujaye Ahile Bhatire Lyrics
Ujaye Ahile Bhatire Lyrics

Ujaye Ahile Bhatire Lyrics:---

উজায়ে আহিলে ভাটিৰে বনিকে,
 পিৰিতিৰ বেহা লৈ ! 
 নিকাকৈ বালিতে খালেহি বালিভাত,
 ঘাটতে  বেহাখন থৈ, 
 অ  অ ঘাটতে বেহাখন থৈ!
উকাকৈ আকাশত চিলনীয়ে বনাই,
কেনিবাদি উৰি হ'ল ৷

তোমাৰে ভাৱনাত,
ঐই  জান,
 কলিজা শুকায়ে আমঠু হ'ল ৷
উজায়ে আহিছা ভটিয়াই যাবাগৈ,
বুকুতে চেনেহবোৰ থৈ,
অ বুকুতে চেনেহবোৰ থৈ ৷

নৈৰে দুপাৰে বালি চিকেমিকাই,
বেলিৰে মুখলৈ চাই  ৷
পিৰীতিৰ জৰিৰে বান্ধিলা কাষতে,
নিজানত অকলে পায় ৷
বুকুৰে জ্বলা জুই সহিব পাৰো মই,
থাকিলে কাষতে ৰৈ,
অ, থাকিলে কাষতে ৰৈ ৷

Post a Comment

Previous Post Next Post

Contact Form