Andharedi Kune Lyrics By Jyoti Prasad Agarwala

Song: Andharedi Kune (আন্ধাৰেদি কোনে)

Singer: Jyoti Prasad Agarwala

Andharedi Kune Lyrics
Andharedi Kune Lyrics

Andharedi Kune Lyrics:---

আন্ধাৰেদি কোনে
পোহৰ বিচাৰি যায়
কোন বননিৰ সোণ হৰিণাই
দেও দি দি লৰি
চক্‌ খাই উঠি
ন জোনাবাই চায় ৷

ন জোনাবাইৰ
জোনাকত কোনে
জগত ৰূপালী দেখ’
আন্ধাৰত বহি
পোহৰৰ ৰেখা
কোনে গণি পঢ়ি লেখ’

ন জোনটিৰ বুকুত বাঢ়ে পূৰ্ণিমাৰেই জোন
মোৰ কবিতা কলিত
গন্ধ জাগি
দেখিছে মহাসপোন ৷৷

Post a Comment

Previous Post Next Post

Contact Form