Bhulkey Kio Mur Gantu Gali Lyrics By Jyoti Prasad Agarwala

Song: Bhulkey Kio Mur Gantu Gali


Singer:Jyoti Prasad Agarwala


Bhulkey Kio Mur Gantu Gali
Bhulkey Kio Mur Gantu Gali

Bhulkey Kio Mur Gantu Gali


ভুলকে’ কিয় মোৰ গানটো গালি?
মোৰ ফুলনিত
গোন্ধ শেৱালি নেপালিনো
কিয় বাৰু
সোণশেৱালি পালি?

ভুলকে’ কিয় মোৰ মনটো চালি
ছন্দটো মোৰ ভুল কৰি যে
নাচ হালি জালি৷

তোৰ ভুলত
সোণমূলীয়া তান
অচিনাকিক চিনি নোপোৱাৰ
জ্বলে অভিমান
তোৰ ভুল দেখি মই
বিভোল হৈ যাওঁ
তই ঘূৰাই ভুল কৰিলে
ইমান ভাল পাওঁ৷

তোৰ ভুলৰে, ফুল বছা মোৰ
গানটি ময়েই
মনে মনে গাওঁ
তই ভুল কৰি মোৰ গান গাবলৈ
দিনৌ বাট চাওঁ৷৷

Post a Comment

Previous Post Next Post

Contact Form