Bonor Aarot Kune Kandi Lyrics By Jyoti Prasad Agarwala

Song: Bonor Aarot Kune Kandi (বনৰ আঁৰত কোনে কান্দি)

Singer: Jyoti Prasad Agarwala

Bonor Aarot Kune Kandi Lyrics
Bonor Aarot Kune Kandi Lyrics

Bonor Aarot Kune Kandi Lyrics:---

বনৰ আঁৰত কোনে কান্দি যাৱ   
মনৰ আঁৰত কোনে বীণ বাৱ
মোক জানো চিনি পাৱ ?

পাৱতো মোক চিনি
কতবাৰ তই
কত আহি গৈ
মোৰ মৰম গৈছ জিনি
পাৱতো তই, নাপাবি কিয়নো চিনি ?

তোৰ কন্দনা সুৰত
বেদনাৰ কি
নতুন প্ৰকাশ জাগে
তোৰ বীণৰ সুৰত
কোন নতুনৰ
অৰুণ ৰাগী লাগে
জনতা জাগে
আলোক ৰাগে ৰাগে ৷৷

Post a Comment

Previous Post Next Post

Contact Form