Bonoriya Ami Bonor Sorai Lyrics By Jyoti Prasad Agarwala

Song: Bonoriya Ami Bonor Sorai (বনৰীয়া আমি বনৰ চৰাই)

Singer: Jyoti Prasad Agarwala

Drama: Karengor Ligiri

Bonoriya Ami Bonor Sorai Lyrics
Bonoriya Ami Bonor Sorai Lyrics

Bonoriya Ami Bonor Sorai Lyrics:—

বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো অনাই বনাই
অনাই বনাই আমি
অনাই বনাই আমি
অনাই বনাই অ’ অনাই বনাই ৷

উ- উ-উ-উ….উ-উ…উ-উ-উ ৷

ভৈয়ামৰ মইনা তই পোহনীয়া পখী
বনৰীয়া মইনাৰে পতালিহি সখী
ঘৰৰ কথা আমি বনত পাতি
বনৰ কথা আমি ঘৰত পাতি

পৰ্ব্বতৰে বননি ফুৰিম বগাই
অনাই বনাই অ’
অনাই বনাই ৷৷

Leave a Comment