Bowa Bowa Dakhin Malaya Lyrics By Jyoti Prasad Agarwala

Song :Bowa Bowa Dakhin Malaya


Singer:Jyoti Prasad Agarwala

Bowa Bowa Dakhin Malaya
Bowa Bowa Dakhin Malaya Lyrics

Bowa Bowa Dakhin Malaya

বোৱাঁ বোৱাঁ দখিণ মলয়া, তটিনী গোৱাঁ৷
সমীৰণে আহি পৰাণ জুৰালে আ--হা৷

কোন নন্দনত পাৰিজাত ফুলে
বিলাই সুৰভি বিয়াকুল কৰে৷
কোন তটিনী বয়, কুলু কুলু কুলু

কুলু কুলু কুলু
কুলু কুলু কুলু কই
নিজৰি, নিজৰি, নিজৰি, নিজৰি কোন সুৰে
গান গাই৷
প্ৰাণ মতলীয়া কৰা আলসুৱা ই কিনো মায়া,
ই কিনো মায়া৷৷

Post a Comment

Previous Post Next Post

Contact Form