Deuta Toi Ki Likhiso Gaan Lyrics By Jyoti Prasad Agarwala

Song: Deuta Toi Ki Likhiso Gaan (দেউতা তই কি লিখিছ গান)

Singer: Jyoti Prasad Agarwala

Deuta Toi Ki Likhiso Gaan Lyrics
Deuta Toi Ki Likhiso Gaan Lyrics

Deuta Toi Ki Likhiso Gaan Lyrics:---

দেউতা তই কি লিখিছ গান
দেউতা, তই
কি লিখিছ গান
মোলৈ এটা লিকিবি দেই
কুৰ অকণমান
এটা কুৰ পোৱালি গান ৷

দেউতা,
মোৰ গানত, লিকিবি এটা
সৰু ৰঙা চৰাই
সোণৰ ৰূপৰ পাখি লগাই
দিবি উৰাই উৰাই
আৰু লিকিবি পকিলা এটা

ফুৰ্‌-ফুৰ্‌ কৈ উৰা
আৰু এটা ডাঙৰ লাটুম
ঘুৰ্‌ ঘুৰ্‌ কৈ ঘূৰা ৷       
আৰু লিকিবি কমলা টেঙা
আৰু পকা আম
মই আবেলি খাম ৷৷

Post a Comment

Previous Post Next Post

Contact Form