Fulor Sa Toi Lyrics By Jyoti Prasad Agarwala

Published on May 14, 2020

Song: Fulor Sa (ফুলৰ ছাঁ তই)

Singer: Jyoti Prasad Agarwala

Fulor Sa Toi Lyrics
Fulor Sa Toi Lyrics

Fulor Sa Toi Lyrics:—

ফুলৰ ছাঁ তই       
পাতৰ আঁৰত কিয় লুকাৱ?
তই বিচৰা পোহৰ দেখি
কিয় লাজ পাৱ?

পোহৰে তাক
বেলি থাকোঁতে
কি কথা গ’ল কৈ

পোহৰ গলে ৰাতি হলে
মনে মনে তাকে সোধ গৈ
নে কি তাকে সোধ গৈ?