Gaonor Bukut Ei Jogotor Lyrics By Jyoti Prasad Agarwala

Published on May 24, 2020

Song: Gaonor Bukut Ei Jogotor (গাঁৱৰ বুকুত এই জগতৰ)

Singer: Jyoti Prasad Agarwala

Gaonor Bukut Ei Jogotor Lyrics
Gaonor Bukut Ei Jogotor Lyrics

Gaonor Bukut Ei Jogotor Lyrics:–

গাঁৱৰ বুকুত
এই জগতৰ
এই ভাৰতে
মুক্তি যুঁজৰ
মহা ত্যাগৰ
জ্বলিল হীৰা মাণিক ৷

মুক্তি দিয়ে
ভক্তি দিয়ে
জনজীৱনৰ শক্তি দিয়ে
কোটি কোটি
পেট নভৰা প্ৰাণীক ৷
গাঁৱৰ বুকুত জ্বলিল হীৰা মাণিক

গাঁৱৰ ল’ৰাই মুক্তি যুঁজৰ অগ্নি জ্বলালি
গাঁও-জীয়ৰীয়ে…..
বুকুৰ তেজেৰে
স্বাধীনতাৰ চৰণ ধুৱালি
সেই স্বাধীনতা তোৰ
সেই স্বাধীনতা মোৰ
কোনোবাই কৰে চুৰ

নতুন তেজৰ
লোহিত বোৱাই
লৈ যা লৈ যা
ধুই উটুৱাই
তাক কৰি দে দূৰ
তাক কৰি দে চূড় ৷৷