Junor Jeuti Fulonit Pori Lyrics By Jyoti Prasad Agarwala

Song: Junor Jeuti Fulonit Pori (জোনৰ জেউতি ফুলনিত পৰি)

Singer: Jyoti Prasad Agarwala

Junor Jeuti Fulonit Pori Lyrics
Junor Jeuti Fulonit Pori Lyrics

Junor Jeuti Fulonit Pori Lyrics:---

জোনৰ জেউতি ফুলনিত পৰি
জোনৰ জেউতি
ফুলনিত পৰি 
পাতৰ আঁৰত লুকাই

পুৱাৰ নিয়ঁৰে
চকুপানী টুকি
দুবৰি বনতে শুকাই ৷

আন্ধাৰৰ বুকুতে
তৰা জকেমকাই
পুৱা পোহৰতে নুমাই

কোনে ডাৱৰৰে
বুকুত জিকেমিকাই
আকাশত বিজুলীয়াই?

কোনে গধূলি বেলিকা
বেলিটো নুমালে
জোনৰে চাকি জ্বলায়?

Post a Comment

Previous Post Next Post

Contact Form