Kun Jibonor Mohasilpiye Lyrics By Jyoti Prasad Agarwala

Published on May 24, 2020

Song: Kun Jibonor Mohasilpiye (কোন জীৱনৰ মহাশিল্পীয়ে)

Singer: Jyoti Prasad Agarwala

Kun Jibonor Mohasilpiye Lyrics
Kun Jibonor Mohasilpiye Lyrics

Kun Jibonor Mohasilpiye Lyrics:—

কোন জীৱনৰ মহাশিল্পীয়ে
বুকুৰ তেজৰে আঁকে

মুক্ত কৰি মহাজনতাক
ৰিক্ত কৰি ঢালে আপোনাক
সেউজী আশাৰে
জীৱন সিক্ত কৰি
মৃত্যু মুখ উজ্জ্বলাই যায়

আলোক বন্তি ধৰি
আঁউসী ৰাতি
জ্বলাই বাতি
প্ৰগতি বাটত
দিব্য পোহৰ বাকে

কোন জীৱনৰ মহাশিল্পীয়ে বুকুৰ তেজৰে
আঁকে ৷৷