Loilakhe Teusun Lyrics By Rituparna Sharma

Published on May 1, 2020

Song: Loilakhe Teusun (লয়লাসে তেওঁচোন)

Singer: Rituparna Sharma

Loilakhe Teusun Lyrics
Loilakhe Teusun Lyrics

Loilakhe Teusun Lyrics:—

লয়লাসে তেওঁচোন
আহিলে আহিলে
জিৰি জিৰি জুৰি যেন
নামিলে নামিলে
আকাশ চোৱা বতাহ চোৱা
খোজে খোজে কত ফুল
ফুলিলে ফুলিলে
মোৰ প্ৰেয়সীৰ চুলিৰ বৰণ
মেঘতকৈও কাজল ৰহণ
তেওঁৰ দেহৰ ৰূপত মনৰ ৰূপত
প্ৰকৃতি হাৰিলে….
খোজে খোজে কত’ ফুল
ফুলিলে ফুলিলে
লয়লাসে তেওঁচোন
আহিলে আহিলে
মোৰ প্ৰেয়সীৰ মাতটি শুনি
বন ভোমোৰা লুকায় কেনি
বনৰ হৰিণ লুকায় লাজত
প্ৰিয়াৰ চাৱনি দেখিলে
খোজে খোজে কত’ ফুল
ফুলিলে ফুলিলে
লয়লাসে তেওঁচোন
আহিলে আহিলে
জিৰি জিৰি জুৰি যেন
নামিলে নামিলে
লয়লাসে….