Assamese Lyrics
Norokot Ji Jui Jole Lyrics By Jyoti Prasad Agarwala
Song: Norokot Ji Jui Jole (নৰকত যি জুই জ্বলে)
Singer: Jyoti Prasad Agarwala
![]() |
| Norokot Ji Jui Jole Lyrics |
Norokot Ji Jui Jole Lyrics:—
নৰকত যি জুই জ্বলে
নৰকত যি জুই জ্বলে
ৰাতিয়ে দিনে
জ্বলাই মাৰে
তাৰো আছে গুণ
মোক, পুৰি পুৰি কৰি দিয়ে
উজ্জ্বল সুজ্জ্বল সোণ ৷
জ্বলা পোৰাই যদি নৰক হয়
সি পাপ কৰে ক্ষয়
সেই ক্ষয়ৰ পিছত যিটি থাকো মই
জাগো পুণ্য হৈ
মোৰ জুয়ে মোকেই পুৰি পুৰি
মই থাকোতে ঘূৰি ঘূৰি
মোক উজলাই কৰে তৰা জোন
পোহৰ দিয়া সোণ ৷৷
