Tur Thaponat Sokulu Lyrics By Jyoti Prasad Agarwala

Song: Tur Thaponat Sokulu (তোৰ থাপনাত চকুলো)

Singer: Jyoti Prasad Agarwala

Tur Thaponat Sokulu Lyrics
Tur Thaponat Sokulu Lyrics

Tur Thaponat Sokulu Lyrics:---

তোৰ থাপনাত চকুলো এটুপি
তোৰ থাপনাত চকুলো এটুপি থলোঁ
তই আহিবি বুলি, বাটচায়ে ৰ’লোঁ ৷
চকুপানীটুপি, বিয়পি মিলি গ’ল
ধূপৰ গোন্ধৰ সতেই উৰি
সি ক’ৰবালে’ গ’ল

সেই থাপনাত আছিল জ্বলি চাকি
তাৰ পোহৰে কোঠাত দিছিল
জিক্‌মিক্‌বোৰ আঁকি
আছিল জ্বলি চাকি ৷

সেই দিঠকে সপোনৰ মোৰ ধৰে
এই পৃথিৱীৰ ঘোৰ দিঠকো
সপোন হৈয়েই
মোৰ গানে কবিতাই ফুৰে ৷

Post a Comment

Previous Post Next Post

Contact Form