Mure Jibonore Xokha Krishna Lyrics By Jyoti Prasad Agarwala

Song: Mure Jibonore Xokha Krishna (মোৰে জীৱনৰে সখা কৃষ্ণ)

Singer: Jyoti Prasad Agarwala

Mure Jibonore Xokha Krishna Lyrics
Mure Jibonore Xokha Krishna Lyrics

Mure Jibonore Xokha Krishna Lyrics:---

মোৰে জীৱনৰে সখা কৃষ্ণ তই
মোৰে জীৱনৰে সখা কৃষ্ণ
মোৰে জীৱনৰে সখা কৃষ্ণ তই,
বজাৱ কিসুৰে বেণু

কপালত তোৰ কোন আঁকি দিলে ইন্দ্ৰধনু ?
পুৱতি নিয়ৰে, সানে চৰনতে
শুকুলা মুকুতাৰ বেণু
অ' তোৰ শ্যামল গাতে কোনে
চন্দন পিন্ধালে ?

অ' তোৰ ফুল কুমলীয়া তনু
বজাৱ সোণৰে বেণু
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি ।।

Post a Comment

Previous Post Next Post

Contact Form