Bokul Phulor Dore Lyrics by Zubeen Garg

Published on July 13, 2020

SONG: BOKUL PHULAR DORE
SINGER: ZUBEEN GARG

Bokul Phulor Dore Lyrics by Zubeen Garg

(Music)..

বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
এন্ধাৰে এন্ধাৰে
এন্ধাৰে এন্ধাৰে
বকুল ফুলৰ দৰে

বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে

(Music)…

নীলিমাৰ আচঁলতে টোপে
টোপে
নীলিমাৰ আচঁলতে টোপে
টোপে
চকুপানী সৰে

নীলিমাৰ আচঁলতে টোপে
টোপে
নীলিমাৰ আচঁলতে টোপে
টোপে
চকুপানী সৰে

বকুল ফুলৰ দৰে মনৰ
নিজানত
বকুল ফুলৰ দৰে মনৰ
নিজানত
অকলশৰে
অকলশৰে
(বকুল ফুলৰ দৰে)2

আকাশৰ সিপাৰে ৰৈ আছে
আকাশৰ সিপাৰে
ৰৈ আছে মোৰ আকাশ
নীৰৱে

আকাশৰ সিপাৰে ৰৈ আছে
আকাশৰ সিপাৰে
ৰৈ আছে মোৰ আকাশ
নীৰৱে

বকুল ফুলৰ দৰে
মনৰ নিজানত
বকুল ফুলৰ দৰে
মনৰ নিজানত
অকলশৰে
অকলশৰে
(বকুল ফুলৰ দৰে)3