Mekhela Pindhi Lom Potapot | Ailita Kashyap

Singer- Ailita Kashyap
Lyrics/Tune - Parag Lahon &Jintu

ভতভটি মইনা ভট ভট
মেখেলা পিন্ধি লম পটাপট
এ মাৰৰ জানি লবি মতামত
চোতাল সাৰি দিম এ ফটাফট

ভতভটি মইনা ভট ভট
মেখেলা পিন্ধি লম পটাপট
এ মাৰৰ জানি লবি মতামত
চোতাল সাৰি দিম এ ফটাফট


তোৰ মাৰে বাপেৰে
তোৰ মাৰে বাপেৰে যিহকে কয়
কৰি দিমে মই
অ কৰি দিমে মই
মইনো তোক ভাল পাং ক
এ বিৰাট যোৰ ভাল পাং ক
তই কিজানি মোৰ নহলে
মই মৰিয়েই যাম ক
অ তই কিজানি মোৰ নহলে
মই মৰিয়েই যাম ক


(Music)...


জাঁজী নৈ ভটিয়াই
কলিজাখন লুটিয়াই
লিৰিকি বিদাৰি জোকাৰি
চালো যে মই

লিৰিকি বিদাৰি জোকাৰি
চালো যে মই
কলিজাৰে এচুকতে
মনে মনে বহি আছ তই
অ অ অ কলিজাৰে এচুকতে
মনে মনে বহি আছ তই

মইনো তোক ভাল পাং ক
এ বিৰাট যোৰ ভাল পাং ক
মইনো তোক ভাল পাং ক
বিৰাট যোৰ ভাল পাং ক
তই কিজানি মোৰ নহলে
মই মৰিয়েই যাম ক
অ তই কিজানি মোৰ নহলে
মই মৰিয়েই যাম ক


(Music)...


পুৱাতে দেখিলো ঐ জান
যুৰীয়া শালিকী
অ ঈশ্বৰক খাটিছোঁ ঐ জান
তোকে পামে বুলি

অ পুৱাতে দেখিলো ঐ জান
যুৰীয়া শালিকী
ঈশ্বৰক খাটিছোঁ ঐ জান
তোকে পামে বুলি
তইয়ে মোৰ বুকুৰ ধন
অ অ নকৰিবি অভিমানখন

মইনো তোক ভাল পাং ক
এ বিৰাট যোৰ ভাল পাং ক
মইনো তোক ভাল পাং ক
বিৰাট যোৰ ভাল পাং ক
তই কিজানি মোৰ নহলে
মই মৰিয়েই যাম ক
অ তই কিজানি মোৰ নহলে
মই মৰিয়েই যাম ক
অ তই কিজানি মোৰ নহলে
মই মৰিয়েই যাম ক

Post a Comment

Previous Post Next Post

Contact Form